Life Quotes In Assamese

Life Quotes In Assamese – বন্ধু বান্ধুৱী সকল আমাৰ জীৱনক লৈ কিছুমান কথা থাকে যি প্রায়ে অনুভৱ কৰোঁ. সেই বাবে আজি আমি কেইটামান জীৱনৰ উক্তি লিখিম যি আপোনালোকৰ ভাল লাগিব. আৰু এই জীৱনৰ বাণী সমূহ হয়তো আপোনাৰ জীৱনত হৈ যোৱা ঘটনাৰ লগত মিলি যাব
সেই বাবে জীৱনৰ উক্তি সমূহ সম্পূর্ণ পঢ়িব.

Life Quotes In Assamese Text | জীৱনৰ উক্তি

Life Quotes In Assamese Text

কপালত যদি সুখ নাথাকে, জোৰ কৰি সুখ অনা অসম্ভৱ!


জীৱনে তোমাক তুমি যি
পোৱাৰ প্ৰাপ্য সকলো
দিব যদিহে তুমি ইয়াক
সঠিকভাৱে কৰা!


মানুহে আপোনাক তেতিয়াহে গুৰুত্ব দিবলৈ আৰম্ভ কৰিব
যেতিয়া আপুনি আনক উপেক্ষা কৰিবলৈ শিকি পেলাব!


বিজয়ী হোৱাত পৰিশ্ৰাম নিজৰ আঁতৰত হৈ থকা প্ৰয়োজন!


বেয়া সময় জীৱনত সদায় নাথাকে,
কিন্তু বেয়া সময়ত মানুহে কৰা বেয়া ব্যৱহাৰবোৰ
সদায় মনত থাকে!


জীৱনটো ধুনীয়া যদি
তুমি জানা যে তুমি
কি কৰি আছা আৰু ই
তোমাক ক’লৈ লৈ গৈ আছে!


স্বাৰ্থ অবিহনে কোনো কাৰো আপোন নহয়,অলপ দেৰিকৈ হলেও সকলোৱে জীৱনত এই কথাষাৰ বুজি পায়!


আনৰ অপকাৰ নোহোৱাকৈ
নিজৰ উপকাৰৰ কথা ভবাটো
স্বাৰ্থপৰতা বুলি নকয়; সেইয়া আমি
নিজৰ জীৱনটোক দিয়া গুৰুত্বহে বুজায়!


মানুহ হিচাপে আমি
জীৱনটো জীয়াই থকাৰ সুযোগৰ
বাবে কৃতজ্ঞ হোৱা উচিত!


মনত ৰাখিবা যেl
যেতিয়া তোমাৰ বেয়া সময় আহিব
তেতিয়া মানুহে তোমাক সহায় নকৰে
মাত্র তোমাৰ পৰা আঁতৰি থাকিব!


Read – Good Morning Quotes in Assamese

Life Quotes In Assamese Language

জীৱনৰ উক্তি

নিজৰ ভুলৰ বাহিৰে মানুহে পৃথিৱীত সকলো বস্তুৱেই বিচাৰি পায়!


মানুহে তোমাক বহু কথাত নাকচ কৰে আৰু তোমাৰ, বাবে কি ভাল আৰু কি বেয়া সেইটো তোমাৰ ওপৰত নিৰ্ভৰ কৰে ।


অতীতলৈ উভতি গৈ আপুনি জীৱনৰ আৰম্ভণিক সুন্দৰ কৰিবগৈ নোৱাৰে
কিন্তু আজিৰে পৰা আৰম্ভ কৰি জীৱনৰ অনাগত দিনবোৰ
সুন্দৰ কৰি তুলিব পাৰে!


কবলৈহে ভাল টকা পইচাই সকলো নহয় বুলি, কিন্তু জীৱনত টকা নাথাকিলে গ’ম পোৱা যায় জীৱনতটো কিমান কঠিন।


যাত্ৰা পথত অশিক্ষিত হৈ যায় তাত্ৰা আশা নাই বাবে!


জীৱনত সফলতা সকলোৰে,
আহে কাৰোবাৰ দুদিন
আগত কাৰোবাৰ দুদিন পিছত
সময়ৰ অপেক্ষা কৰিব লাগিব!


জীৱনত আগুৱাই যাবলৈ হ’লে
আনৰ কথাবোৰত গুৰুত্ব নিদিয়াই ভাল,
কাৰণ আজিকালি মানুহৰ
কথাবোৰে উৎসাহ দিয়াৰ সলনি মনবোৰ
দুর্বলহে কৰি তুলে!


জীৱনটো পাৰ কৰা কেতিয়াও সহজ নহয়,
ইয়াক সহজ কৰি ল’বলগীয়া হয়,
কিছু এলাগী কৰি আৰু কিছু সহ্য কৰি!


জীৱনত যিমানেই ডাঙৰ হৈ নাহো কিয়
আজিও কেতিয়াবা আগাত পালে
মুখত প্ৰথম মা বুলিয়েই ওলাই আহে!


জীৱনটো বহুত সৰু আপুনি এবাৰহে পায় গতিকে সঠিক
পথ বাছনি কৰক জীৱনৰ আনন্দ উপভোগ কৰক!


Read – Heart Touching Quotes In Assamese

Life Quotes In Assamese With Image

Life Quotes In Assamese With Image

এজন মহান ব্যক্তিক চিনিব পৰা যায় সাধাৰণ মানুহৰ সৈতে কৰা তেওঁৰ ব্যৱহাৰ চাই !


মনত ৰাখিবা সপোনবোৰ তোমাৰ যিহেতু
তুমিয়েই বাস্তৱত পৰিণত কৰিব লাগিব
না জীৱনৰ পৰিস্থিতি তুমি বিচৰাধৰণে হ’ব
না জীৱনত তুমি বিচৰাধৰণে হ’ব!


Assamese Life Quotes Image

জীৱনটো ধুনীয়া যদি তুমি জানা যে তুমি
কি কৰি আছা আৰু ই তোমাক ক’লৈ লৈ গৈ আছে !


আৰ্থিক অৱস্থা যিমানেই সুস্থ নহওঁক কিয় জীৱনৰ সঠিক আনন্দ লবলৈ হলে, মানসিক অৱস্থা ভাল হব লাগিব!


মানুহ কেতিয়াও বেয়াহৈ জন্ম নহয়, এই পৃথিৱীখনে মানুহক বেয়া হ’বলৈ বাধ্য কৰে !


Life Quotes Image  In Assamese

জীৱনৰ আটাইকৈ ডাঙৰ শিক্ষক হৈছে সময়,
যিয়ে ক্ষণে ক্ষণে শিক্ষা দি যায়!


কাৰোবাৰ জীৱনেই হওক বা কাৰোবাৰ হৃদয়
য’ত থাকি তুমি অশান্তি পোৱা
তাত নাথাকি আঁতৰি আহিব!


এনে এটা জীৱন আৰম্ভ
কৰক আপোনাৰ বন্ধুসকল
যে আপোনাৰ পৰিয়ালৰ দৰে
আপোনাক সদায় ভাল পায়!


অসমীয়া জীৱনৰ উক্তি ছবি

মানুহক চেহেৰা আৰু কাপোৰৰ সহায়ত চিনিব নোৱাৰি, মানুহক চিনিব পাৰি কৰ্ম আৰু মানসিকতাৰ সহায়ত !


জীৱনত আগুৱাই যাবলৈ হ’লে
আনৰ কথাবোৰত গুৰুত্ব নিদিয়াই ভাল,
কাৰণ আজিকালি মানুহৰ
কথাবোৰে উৎসাহ দিয়াৰ সলনি মনবোৰ
দুর্বলহে কৰি তুলে!


Read – Motivational Quotes In Assamese

Heart Touching Life Quotes In Assamese

Heart Touching Life Quotes In Assamese

তুমি মোৰ হৈ থাকা,চিৰদিন | তোমাতেই শেষ হওঁক মোৰ জীৱন!


জীৱনত সকলোৱেই আপোনাক আঘাত কৰিব | কাৰ আঘাতৰ বিষ মূলৱ্যান আপুনি সেয়া নিজেই বিচাৰ কৰিব পাৰিব লাগিব| যিয়ে আপোনাৰ জীৱনটোক নতুন গতি প্ৰদান কৰাত সহায় কৰিব!


অতীতলৈ ঘূৰি নাযাব, বহুতক ক্ষমা কৰিব লাগিব | ভৱিষ্যতৰ সপোন নেদেখিব,পূৰ্বানুমান কৰিব লাগিব| বৰ্তমান সময়ক উপভোগ কৰক |কৃতজ্ঞতাৰে!


আপুনি আৰু মই ! দুটা ৰূপ, দুখন মুখ তথাপিও এক আমাৰ আত্মা!


মানুহে কয় দুখ-কষ্টই সকলোকে হতাশ কৰে|কিন্তু মই কওঁ দুখ-কষ্টই মানুহক মনোবল দিয়ে, জীৱনটো জীয়াই থাকিবলৈ শিকায়|


সুখ কি ? সুখ হৈছে প্ৰেম অনুগ্ৰহ আৰু কৃতজ্ঞতাৰে প্ৰতি মিনিটত জীৱনটো জীয়াই থকাৰ এক আধ্যাত্মিক অভিজ্ঞতা!


প্ৰথমে নিজক ভালপাবলৈ শিকক|এই পৃথিৱীত যিকোনো কাম কৰিবলৈ আপুনি সঁচাকৈয়ে প্ৰথমে নিজকে ভাল পাবই লাগিব!


জীৱনে সদায়েই পৰীক্ষা লয়|কিন্তু এই পৰীক্ষা হয় নিজকে আৱিস্কাৰৰ বাবে, মনৰ শক্তি অটুট ৰখাৰ বাবে!


পৰিস্থিতি সলনি হয় | আপোনজনেও এৰি গুচি যায়| কিন্তু জীৱনটো থমকি নৰয়।জীৱনে নিজৰ গতিত আগবাঢ়ি গৈ থাকে!


জীৱনটো এটা মুদ্ৰাৰ দৰে| আপুনি ইয়াক আপুনি বিচৰা ধৰণে ব্যয় কৰিব পাৰে| কিন্তু কেৱল এবাৰহে!


Assamese Quotes On Life

Assamese Quotes On Life

যিমানেই ডাঙৰ হৈছোঁ আনন্দবোৰ সিমানেই দূৰৈত হেৰাই গৈছে !


চিনতাই মৃত মানুহক জ্বলাই,
কিন্তু চিন্তাই জীয়াই থকা মানুহক জ্বলাই!


কাৰোবাৰ জীৱনেই হওক বা কাৰোবাৰ হৃদয়
য’ত থাকি তুমি অশান্তি পোৱা
তাত নাথাকি আঁতৰি আহিব!


জীৱনত চেষ্টা কৰি আপোনাৰ
একো হেৰুৱাবলগীয়া নাই,
আৰু যদি আপোনাৰ চেষ্টা
সফল নহয় তেন্তে কোনো চিন্তা
নাই আপুনি ইয়াৰ পৰা শিকিব পাৰিব!


জীৱনৰ যিকোনো বিপদ অথবা দুখত
সমভাগী হোৱাজনতকৈ
ডাঙৰ সহায় আৰু ডাঙৰ আপোন কোনো নাই !


সকলোৰে জীৱনত এনেকুৱা এজন মানুহ থাকে, যাক পাহৰিবও নোৱাৰি আৰু নিজৰ কৰাৰো অধিকাৰ নাথাকে!


এটা কথা মনত ৰাখিব আমি
সদায় আমাৰ জীৱনৰ সুখত
কে দুখৰ সময় বোৰ
বেছি মনত ৰাকো!


জীৱনৰ লক্ষ্য যে কেৱল এটাই লৈ
আগবাঢ়ি যাব লাগিব তেনে কোনো নিয়ম নাই
লক্ষ্যৰ বিকল্প বহতো থওক কিন্তু
উদ্দেশ্য এটাই – আমি সুখী আৰু সফল হ’ব বিচাৰোঁ!


ক’বলৈ গ’লে চিন্তা আৰু আশাবোৰ
লৈয়েইটো আমি জীয়াই আছো,
এইবোৰ বাদ দিলে চোন জীৱনটো
জীৱন হৈয়ে নাথাকিব!


যিটো সম্পৰ্ক পালন কৰাৰ
প্ৰবল ইচ্ছা দুয়োজনৰে থাকে
সেইটো সম্পৰ্ক কেতিয়াও কোনোদিনে শেষ হৈ নাযায়
অথবা সেইটো সম্পৰ্কত বিচ্ছেদৰ স্থান নাই!


Happy Life Quotes In Assamese | সুখী জীৱনৰ উক্তি

Happy Life Quotes In Assamese

আনৰ মুখৰ হাঁহিৰ কাৰণ আপুনি হওঁক, বহুত সুখ অনুভৱ হব!


সেইজন ব্যক্তি সদায়েই সুখী
যিজনে দুদিনীয়া অর্থহীন জীৱনৰ
উপলব্ধি বাৰুকৈয়ে কৰিছে!


মানুহে যিমান খিনি সুখী হ’বলৈ মন বান্ধে,
ঠিক সিমান খিনিয়েই তেওঁ
সুখী হ’ব পাৰে!


সুখী হ’বলৈ জীৱনে আমাক বহুত দিয়ে,
কিন্তু আমি সদায়
নোপোৱাখিনিক লৈ দুখ কৰি থাকো,
সেইয়াই আমাৰ দোষ!


তুমি মোৰ জীৱনলৈ কিমান আনন্দ আৰু সুখ আনিছা মই হিচাপ কৰিব নোৱাৰো. কিন্তু তোমাৰ মৰমৰ প্ৰতিটো অনুভূতি উভতাই দিবলৈ মই বদ্ধপৰিকৰ!


সুখ মোৰ জীৱনত সদায় আছে কিন্তু সফলতা সদায় নাই!


সুখ হৈছে এক মানসিক স্থিতি | যাক আমি নিজ ইচ্ছাৰে নিয়ন্ত্ৰিত কৰিব পাৰোঁ আৰু নিজ ইচ্ছাৰে সুখী হব পাৰো | আমি মাত্ৰ আয়ত্ব কৰিব লাগে নিয়ন্ত্ৰিত কৰাৰ কলা!


সুখ এটা সিদ্ধান্ত | আপুনি যিমান সুখী হ’বলৈ সিদ্ধান্ত লৈছে সিমানেই সুখী!


সমস্যা,ব্যৰ্থতা, বিপদ আহিব যাব, কিন্তু মুখৰ হাঁহিক কেতিয়াও আঁতৰি যাব নিদিব!


সুখ বিচাৰি সময়ৰ অপচয় নকৰিবা, সুখ কেৱল কৰ্মত থাকে!


Sad Life Quotes In Assamese | দুখৰ জীৱনৰ উক্তি

Sad Life Quotes In Assamese

আমি perfect নহ’লেও বিশ্বাস যােগ্য হােৱা খুবেই প্রয়ােজন।


পিছে যাক আপুনি দুখ দিয়াৰ ক্ষমতা অৰ্জন কৰিছে; তেওঁক কেতিয়াও দুখ নিদিব | আপুনি দিয়া আঘাতত তেওঁ ভাগি পৰিব, কিয়নো আপোনালৈ তেওঁৰ ভালপোৱা আছে!


প্রয়ােজনত অতি বিশ্বাসী ও অতি
নিৰ্ভৰযােগ্য ব্যক্তি হিচাপে পৰিচিত, আৰু
প্ৰয়ােজনৰ শেষত অৱহেলিত
ব্যক্তিলৈ ৰূপান্তৰিত!


কিন্তু কিছুমান মানুহে নিজৰ দুখৰ কাহিনী শুনাই আমাৰ কাষ চাপিব বিচাৰে ! আমিওতো কম নহয়, আনৰ দুখৰ কাহিনী শুনি আমেজ পোৱা মানুহ | মানুহৰ স্বভাৱেই এনেকুৱা, আনৰ হাঁহি সহিব নোৱাৰে; আনৰ চকুলো মচিও নিদিয়ে !


বেলেগক দিয়া কষ্টবােৰ এদিন যেতিয়া
নিজে অনুভৱ কৰিবা,
তেতিয়া বুজিবা কিমান বিৰক্তিকৰ হ’ব
পাৰে সময় বােৰ!


অতৃপ্ত পৃথিৱীত আজি যিমান আয়োজন তাৰে আধা মিছা মায়া আধা প্ৰয়োজন!


সময় বােৰ সদায় একেই হৈ নাথাকে
কান্দিব সেই জনেও লাগে যি
সদায় আনক কন্দুয়াই!


জীৱনলৈ অহা কিছুমান মানুহ ৰামধেনুৰ দৰে।
খুৱ ভাল লাগে। কিন্তু দ্ৰুতভাবে হেৰাই যায়


যিদিনাৰ পৰা তোমাৰ আপোন মানুহজনে তোমাৰ ওপৰত খং কৰা বাদ দিব,
সেইদিনাই বুজিবা তুমি তেওঁক হেৰুৱাই পেলাইছা ।


এদিন ভাবিছিলোঁ; এই গধুৰ বোজাবোৰৰ পৰা কেতিয়া পৰিত্ৰাণ পাম,
আজি বুজি পাইছোঁ, গধুৰ বুলি ভবা সেই বোজাবোৰ আছিল আজিৰ বোৰতকৈ বহুত পাতল!


Leave a Comment