Motivational Quotes In Assamese

Motivational Quotes In Assamese – Assamese Motivational Quotes that helps you to little changes may huge impact on your life this motivational thought is really works in real life We are providing best assamese life Changing Motivational Quotes you can use whatsapp status, instagram status or anywhere you wanna share you also can share it to your love ones

Motivational Quotes In Assamese

Motivational Quotes In Assamese
Motivational Quotes In Assamese

আমাৰ জীৱনত আনক ক’ব পৰাকৈ এটা গল্প থকাৰ প্ৰয়োজন
হওঁক সেয়া সুখৰ নতুবা দুখৰ


Motivational Quotes Assamese

নিজস্বতা বজাই ৰাখা
কাৰণ কোনেও তোমাৰ চৰিত্ৰ
তোমাতকৈ ভালকে কোনেও কৰিব নোৱাৰে


বহুত বেছি টকা নিবিছাৰো
বৃদ্ধকালত মা দেউতা যাতে কোনো অভাৱৰ সন্মুখীন নহয়
তেনেকৈ তেওঁলোকক ৰাখিব বিচাৰো


Assamese Motivational Quotes

Text Assamese Motivational Quotes
Text Assamese Motivational Quotes

ভিৰৰ মাজত মই থাকিব নিবিচাৰোঁ
মোৰ বাবে যাতে ভিৰ হয়
তেনেকুৱা হব বিচাৰোঁ


Best Assamese Motivational Quotes

এই পৃথিৱীত অসম্ভৱ বুলি একো নাই
আমি এই সকলো কৰিব পাৰো যিবোৰ আমি ভাৱিব পাৰো আৰু
আমি এই সকলো ভাৱিব পাৰো যিবোৰ আমি আজিলৈকে ভৱা নাই


আপুনি এই কামটো নিৰ্বাচন কৰক যিটো কাম কৰি আপুনি আনন্দ পাই
চাব আপুনি জীৱনজোৰা কাম নকৰি অকল আনন্দহে কৰিব


Read – Happy Independence Day Wishes In Assamese

Life Assamese Quotes | Quotes On Life In Assamese

 Quotes On Life In Assamese
Quotes On Life In Assamese

হাতৰ ৰেখাত বেছি বিশ্বাস নকৰিবা
কাৰণ মই হাত নথকা মানুহো
সফল হোৱা দেখিছোঁ


Life Quotes In Assamese

আধা বাটৰ পৰা উভতি আহিলে একো লাভ নাই কাৰন
উভতি আহোতে ইমানেই সময় লাগিব যিমান
লক্ষ্য প্ৰাপ্তী পাওঁতে লাগিলহেতেন


যদি গন্তব্য স্থান পোৱা নাই
তেন্তে গন্তব্য স্থান সলনি নকৰিব
পথ সলনি কৰক


Assamese Quotes About Life

Assamese Quotes About Life
Assamese Quotes About Life

শান্ত সমুদ্ৰত কেতিয়াওঁ সুদক্ষ নাৱিকৰ জন্ম নহয়


Assamese Quotes On Life

আপুনি এইটো ক’ব নোৱাৰে যে আপোনাৰ সময় নাই
কাৰন আপুনিওঁ দিনত ২৪ ঘন্টাই পায় যিমান
মহান আৰু সফল লোক সকলে পাই


আমি যদি বিচাৰো তেন্তে আমাৰ আত্মবিশ্বাস আৰু
কঠিন পৰিশ্ৰমেৰে আমাৰ ভাগ্য লিখিব পাৰো
কিন্তু যদি আমাৰ ভাগ্য আমি লিখিবলৈ নিবিছাৰি
হাত সাৱতি বহি থাকো তেতিয়া পৰিস্থিতিয়ে আমাৰ ভাগ্য লিখি দিয়ে


Read – Inspirational Motivational Quotes In Bengali

ReadBest Motivational Quotes in English

Swami Vivekananda Quotes In Assamese

Swami Vivekananda Quotes In Assamese
Swami Vivekananda Quotes In Assamese

ভাল কিতাপ আৰু ভাল মানুহ
সহজে চিনি পোৱা টান
তেওঁলোকক পঢ়িবলগীয়া হয়


জীৱনত কঠিনতা আমাক বৰবাদ কৰিবলৈ নাহে
কঠিনতা আমাৰ ভিতৰত থকা সামৰ্থ আৰু শক্তিক
বাহিৰলৈ আনিব কাৰনে আহে


বিকল্প বহুত পাবা গন্তব্যস্থান হেৰুৱাবলৈ
সংকল্প এটাহে থাকে গন্তব্য স্থান পাবলৈ


Motivational Quotes Assamese

Motivational Quotes Assamese
Motivational Quotes Assamese

মৰম এনে এক বস্তু যি আন্ধাৰ পৃথিৱীক পোহৰাই তুলিব পাৰে


যদি সফলতা বিচাৰিছে বন্ধু
জীৱনত সময় আৰু পৰিস্থিতি লৈ
কেতিয়াও নাকান্দিব


আপুনি যদি শুদ্ধ তেন্তে বাঢ়ে বাঢ়ে প্ৰমান দিয়াৰ প্ৰয়োজন নাই
লাহেকে থাকক । সময়ে এদিন সকলোকে প্ৰমান দি দিব


Read Motivational Quotes in Hindi (मोटिवेशनल कोट्स इन हिंदी)

Positive Motivational Quotes in Assamese

Positive Motivational Quotes in Assamese
Positive Motivational Quotes in Assamese

সমস্যাৰ পৰা পলায়ন কৰা মানে আন এক নতুন সমস্যাক নিমন্ত্ৰন জনোৱা


আপোনাৰ সপোনক সদায় জীয়াই ৰাখক
অন্যথা আপোনাৰ সপোনৰ অগ্নি শলিতা নুমাই
গলে আপুনি এক জীৱিত মৰাশলৈ পৰিৱৰ্তীত হব


সংঘৰ্ষ মানুহক শক্তিশালী কৰে
লাগিলে তেওঁ যিমানেই
দুৰ্বল নহওঁক কিয়


Inspiring Assamese Motivational Quotes

Inspiring Assamese Motivational Quotes
Inspiring Assamese Motivational Quotes

ডাঙৰ মানুহ তেওঁহে যিজনে ওচৰত বহা মানুহজনক সৰু অনুভৱ কৰিব নিদিয়ে


Inspirational Quotes In Assamese

বিফলতাৰ প্ৰত্যাহ্বান স্বীকাৰ কৰা
যিটোৰ অভাৱ হৈছে চোৱা আৰু পূৰণ কৰা


জীৱনৰ আছল সত্য আপুনি সময়ে সময়ে সমস্যাৰ লগত সন্মুখিন হবই লাগিব


Motivational Quotes in Assamese for Students

Motivational Quotes in Assamese for Students
Motivational Quotes in Assamese for Students

জীৱনৰ আটাইতকৈ শক্তিশালী পথ
প্ৰদৰ্শক হ’ল নিজৰ শক্তি
~ স্বামী বিবেকানন্দ


Assamese Inspirational Quotes

সকলােতকৈ ডাঙৰ গুৰু মন্ত্র হৈছে
কেতিয়াও অপুনি আপােনাৰ গােপন ৰহস্য
বেলেগৰ আগত প্রকাশ নকৰি
নহলে আপােনাক ধংশ কৰি দিব


বিফলতাৰ প্ৰত্যাহ্বান স্বীকাৰ কৰা
যিটোৰ অভাৱ হৈছে চোৱা আৰু পূৰণ কৰা


অসমী অনুপ্ৰেৰণামূলক উদ্ধৃতি

Assamese Motivational Quotes
অসমী অনুপ্ৰেৰণামূলক উদ্ধৃতি

বীৰত্ব বল প্ৰয়োগত নহয় সংযমতহে
~ নবীন চন্দ্ৰ বৰদলৈ


কেৱল পইছা পিছত
দৌৰিলেই মহান ব্যক্তি হৈ নাযায়
মহান ব্যক্তি হ’বলৈ হ’লে ডাঙৰ সপােন
দেখিব লাগিব


সংঘৰ্ষ মানুহক শক্তিশালী কৰে
লাগিলে তেওঁ যিমানেই
দুৰ্বল নহওঁক কিয়


Famous Motivational Quotes in Assamese

Famous Motivational Quotes in Assamese
Famous Motivational Quotes in Assamese

পৰক আপোন কৰিবলৈ প্ৰতিভাৰ
প্ৰয়োজন
~ ৰবীন্দ্ৰনাথ ঠাকুৰ


কোনােবাই তেওঁক সােধিছিল
আপুনি ইমান ডাঙৰ, আপুনি ইমান জ্ঞানী
তথাপিও আপুনি তলত কিয় বহে?
তেতিয়া তেওঁ এটা হাঁহি মাৰি কৈছিল তলত বহা
মানুহ কেতিয়াও পৰি নাজায়


তোমাৰ চকুত যদি জয়ৰ সপোন আছ
জীৱনৰ প্ৰতেকটো পল
সুন্দৰ হৈ পৰিব


Assamese Motivation Image

Assamese Motivation Image
Assamese Motivation Image

নিজক জ্ঞানী বুলি ভবাজন আটাইতকৈ
মুৰ্খ
~ ভল্টেয়াৰ


যদি হাৰিবা বুলি ভয় কৰা
জিকাৰ আশা কাতিয়াও নকৰিবা


তােমাৰ জীৱনত যিমানে
সমস্যা আহিব সিমানে তুমি সফলতা
পাই গৈ থাকিবা কাৰণ সকলাে সমস্যাৰ
লগত এটা সুযােগ লই আহে


Life Assamese Shayari

Life Assamese Shayari
Life Assamese Shayari

ব্যস্ত মৌ মাখিৰ দুখ কৰাৰ সময় নাই
~ উইলিয়াম ব্লেক


জীৱন যুদ্ধত কেৱল শক্তিশালী
ব্যক্তিয়েহে জয়লাভ নকৰে
কেতিয়াবা কেতিয়াবা সেইজনেও
জয়লাভ কৰে
যিজনে ভাবে মই জয় হ’ব পাৰিম


আমাৰ সকলােতকৈ ডাঙৰ
দূর্বলতা হৈছে, মাজ বাটতে ভাগৰি পৰা
সফল হােৱাৰ সকলােতকৈ সহজ উপাই
হৈছে আকৌ এবাৰ চেষ্টা কৰা


Motivational Status Assamese

Motivational Status Assamese
Motivational Status Assamese

নিজেই নিজৰ প্ৰসংশা কৰাটো ব্যৰ্থ কাৰণ সুগন্ধিয়ে বুজাই দিয়ে ফুল ক’ত ফুলিছে


ধৈৰ্য ধৰা বিপদৰ সময় পাৰ হব
আজি যি তোমাক চাই হাঁহি আছে
কাইলৈ তোমাক দেখি থৰ হব”


যদি আপুনি বহুত ডাঙৰ
সফলতা বিছাৰে, তেনেহলে অসফল
হ’বলৈ প্রস্তুত থাকক
কাৰণ প্রতিবাৰে অসফল হােৱাৰ পাছত
আপুনি আপুনাৰ ভুল বিলাক শুদ্ধ
কৰিব পাৰিব
আৰু ভুল বিলাক শুদ্ধ কৰি গৈ থাকিলে
আপুনি এদিন ডাঙৰ সফলতা পাব


Success Quotes In Assamese

Success Quotes In Assamese
Success Quotes In Assamese

জন্মৰ দ্বাৰা নহয় কৰ্মৰ দ্বাৰাহে মানুহ
মহান হয়
~ মহাবীৰ


পৰিতস্থিতি লাগিলে যিমানেই কঠিন নহওঁক
মনৰ পৰা যদি সহজ বুলি ভাবি লোৱা
সহজ হৈ পৰিব


সফলতা আনন্দ
উপভােগ কৰাটো ভাল কথা
তাতকৈ জৰুৰি আপুনাৰ অসফলতাৰ
পৰা জ্ঞান লােৱাটো


Life Quotes In Assamese Language

Life Quotes In Assamese Language
Life Quotes In Assamese Language

মোৰ হৃদয়ৰ আশে পাশে আন কোনো নাই কেৱল “মা” আছে


তুমি জিয়ে কাম নকৰা কিয়
তুমি যদি উপযুক্ত বুলি ভাবিছা
কৰি যোৱা
পৃথিবিয়ে কি ভাবিছে চিন্তা নকৰিবা
জীৱন সুখৰ হৈ পৰিব


কোনো ব্যক্তি অসফল
নহয় যেতিয়া তেওঁ হাৰি যায়
অসফল তেতিয়া হয় যেতিয়া তেওঁ ভাবি
লয় যে মই জিকিব নোৱাৰিম


APJ Abdul Kalam Quotes In Assamese

APJ Abdul Kalam Quotes In Assamese
APJ Abdul Kalam Quotes In Assamese

যদি তুমি সূৰ্যৰ দৰে হ’ব খোজা তেন্তে
প্ৰথমে সূৰ্যৰ দৰে হ’বলৈ শিকা


সপোন সফল হোৱাৰ আগত
আমি এনে এটা সপোন দেখিব লাগিব
যিটোক আমি বাস্তৱায়িত কৰিবলৈ যঁজিব পাৰোঁ


আমি কেতিয়াও পৰাজয় স্বীকাৰ কৰিব নালাগে
আৰু সমস্যাই যাতে আমাক হৰুবাব নোৱাৰে
তাৰ প্ৰতি গুৰুত্ব দিব লাগে


Dr APJ Abdul Kalam Motivational Quotes Image
Dr APJ Abdul Kalam Motivational Quotes Image

অপেক্ষা কৰাজনে সিমানহে পায়
যিমান চেষ্টা কৰাজনে এৰি থৈ যায়


ভালপাবলৈ তো গোটেই জীৱনটোও কম পৰি যায়
কিন্তু নাজানো মানুহে মানুহক হিংসা কৰিবলৈ সময় ক’ব বিচাৰি পায়


আমাক কঠিনতাৰ খুবেই আৱশ্যক
কিয়নো সফলতাৰ আনন্দ লভিললৈ
কঠিনতা খুবেই জৰুৰী


Motivational Quotes in Assamese by Swami Vivekananda

Motivational Quotes in Assamese by Swami Vivekananda
Motivational Quotes in Assamese by Swami Vivekananda

এদিনো যদি আপোনাৰ সমস্যা অহা নাই
তেনেহলে সুনিশ্চিত যে আপুনি
ভুল পথে গতি কৰিছে
~ স্বামী বিবেকানন্দ


ব্রহ্মাণ্ডৰ সকলো শক্তিয়েই
আমাৰ তাত নিহিত হৈ থাকে
সেই সকল আমিয়েই যিয়ে নিজৰ
চকু জুৰি ঢাকি ধৰো আৰু
কান্দিব ধৰো যে কিমান অন্ধকাৰ
~ স্বামী বিবেকানন্দ


Life Quotes In assamese Language

Life Quotes In assamese Language
Life Quotes In assamese Language

দুর্বলতাক কেতিয়াওঁ
ঠাই নিদিবা আৰু ইয়াক
বাঢ়িবলৈ নিদিবা।
~ স্বামী বিবেকানন্দ


যিজনে এই জনমতেই
মুক্তি লাভ কৰিব বিচাৰে
তেন্তে তেওঁ এই জনমতেই
হাজাৰ বছৰৰ কাম কৰিব লাগিব
~ স্বামী বিবেকানন্দ


দুর্বলতাক কেতিয়াওঁ
ঠাই নিদিবা আৰু ইয়াক
বাঢ়িবলৈ নিদিবা।
~ স্বামী বিবেকানন্দ


তুমি যি ভাবা সেয়াই হ’ব
যদিহে তুমি নিজকে কমজুৰি বুলি
ভাবিছা তেনেহলে তুমি কমজুৰি হৈ যাবা
যদি তুমি নিজকে বলী বুলি ভাবিছা
তেনেহলে শক্তিশালী হৈ যাবা
~ স্বামী বিবেকানন্দ


Leave a Comment