Good Morning Quotes in Assamese

Good Morning Quotes in Assamese or good morning is something that has the ability to change your day and make it beautiful. Even a simple ‘Good Morning’ can do wonders. Moreover, an inspirational quote in the morning can cheer up someone and motivate them to begin their day with full enthusiasm. Here is the best curation of good Good Morning Quotes in Assamese, which you can share with your family, friends, and colleagues. We are sure, you will adore these beautiful messages, and greetings

Good Morning Wishes In Assamese

Good Morning Wishes in Assamese
Good Morning Wishes in Assamese

নতুন আশা নতুন দিন,
নতুন পুৱা নতুন সপোন,
ৰাতিপুৱাৰ শুভেচ্ছা জনালোঁ..


Assamese Good Morning Wishes

পোহৰ বিচাৰি আন্ধাৰ পাওঁ
সুখ বিচাৰি বিচাৰি দুখ পাওঁ
হাঁহি বিচাৰি বিচাৰি চকুলো পাওঁ
তথাপিও আগুৱা যাওঁ
কিজানি জীৱন পথত কেতিয়াবা হঠাৎ
জিকি যাওঁ..
ৰাতিপুৱাৰ শুভেচ্ছা জনালোঁ..


ৰাতিৰ আন্ধাৰ আঁতৰি পুৱাৰ পোহৰ আহিল
চকুত তোমাৰ উজ্বল মুখায়ৱ ভাঁহি আহিল
এনে লাগিল যেন তোমাৰ ওঁঠত ভাঁহি আহিছে
পুৱাৰ শুভেচ্ছা বাৰ্তা সুপ্রভাত সুপ্ৰভাত সুপ্ৰভাত….


Good Morning Wishes Assamese Text

Good Morning Wishes Assamese Text
Good Morning Wishes Assamese Text

মধুৰ কণ্ঠত পাখি গাইছে গান,
SMS দি জনাই দিলো মোৰ প্রান…
Good Morning


Suprobhaat In Assamese

ৰাতি শেষ পুৱা হ’ল
এতিয়া তুমি চকু খোলা
উঠা বন্ধু এতিয়া সময় কাম কৰাৰ
ৰাতিপুৱাৰ শুভেচ্ছা জনালোঁ


প্ৰতিটো দিন আৰম্ভ কৰক এই বিশ্বাস কৰি যে
আপুনি অসম্ভৱ কাম কৰিব পাৰে আৰু প্ৰায় নিশ্চিতভাৱে সফল হ’ব
সুপ্ৰভাত


Read – Happy Independence Day Wishes In Assamese

Good Morning Status In Assamese

Good Morning Status In Assamese
Good Morning Status In Assamese

নতুন পুৱা লৈ আহক নতুন নতুন আশা আৰু ভালপোৱা..
শুভ ৰাতিপুৱা


পূব আকাশত সূর্যৰ পোহৰ
কৈছে এতিয়া চকু খোলা,
আন্ধাৰ ঘৰত জলিছে পোহৰ
তোমাৰ দিনটো হওঁক ভাল…
শুভ ৰাতিপুৱা


পূব পিনে সূর্য মামা
মিঠা মিঠাকৈ চায়,
ভৰৰ পাখিয়ে গান গাই গাই মোক উঠায়…
শুভ ৰাতিপুৱা!


Assamese Good Morning Status

Assamese Good Morning Status
Assamese Good Morning Status

আজিৰ দিনটো
সুন্দৰ হােৱাৰ কামনাৰে ৰাতিপুৱাৰ
শুভেচ্ছা জনালোঁ…
Good Morning!


Good Morning Assamese SMS

গভীৰ অমানিশা বা কালৰাত্ৰিৰ বুকুত
যেনেদৰে প্ৰভাত লুকাই থাকে,
তেনেকৈ বুকুত সাহস কান্ধি আগুৱাই
গ’লে হাজাৰ পৰাজয়ৰ পাছতাে
জয়লাভ নিশ্চিত হৈ উঠে..


পৃথিৱীৰ মুখ মই দেখিছো
পৃথিৱীৰ বাবে তোমাৰ মুখ সৃষ্টি
আৰু সকলোতকৈ মোৰ ওচৰত
তোমাৰ মুখ শ্রেষ্ঠ..
সুপ্ৰভাত বাণী


Read – Best Good Morning Quotes in Bengali

Good Morning Quotes In Assamese

Good Morning Quotes In Assamese
Good Morning Quotes In Assamese

আজিৰ দিনটো
সুন্দৰ হােৱাৰ কামনাৰে ৰাতিপুৱাৰ
শুভেচ্ছা জনালোঁ


Assamese Good Morning Quotes

শ্রদ্ধা আৰু ভালপােৱাৰ
পাত্ৰ হৈ আনৰ মনত জীয়াই থকাই
হৈছে প্রকৃত জীৱন
Good Morning


ৰাতিপুৱা নােহােৱা পর্যন্ত
ফুলেও নাজানে মন্দিৰলৈ যাবনে
শ্মশানলৈ যাব, সেইবাবে যেতিয়ালৈকে জীয়াই
আছে হাঁহি ফুর্তি কৰি কটাওক
দুখ কৰি নহয়
Good Morning


অসমীয়া সুপ্ৰভাত ছবি

অসমীয়া সুপ্ৰভাত ছবি
অসমীয়া সুপ্ৰভাত ছবি

প্ৰেম মাথো এটি শব্দ
যেতিয়ালৈ বিষেশ কোনেৱাই ইয়াক
অৰ্থ প্ৰদান নকৰে
Good Morning


অসমীয়া সুপ্ৰভাত

এয়া একেবাৰে নতুন দিনৰ আৰম্ভণি.. উঠি কফিৰ গোন্ধ লোৱাৰ সময় আৰু নিজৰ বাবে
নিখুঁত দিন এটা তৈয়াৰ কৰিবলৈ আৰম্ভ কৰাৰ সময় আহি পৰিছে৷


চিন্তাত যদি সুন্দৰতা আৰু
উদাৰতা থাকে, তেন্তে আশে পাশে থকা
প্ৰতিটো বস্তু বা ব্যক্তিকে সুন্দৰ
আৰু ভাল লাগিব
Good Morning


Read – Beautiful Good Morning Quotes In Marathi

Good Morning Quotes In Assamese Language

Good Morning Quotes In Assamese Language
Good Morning Quotes In Assamese Language

সত্য আৰু ধৈৰ্য্যই মানুহক সাহস দিয়ে আৰু মিছাই মানুহক ধ্বংস কৰে।
Good Morning


ৰাতিপুৱাৰ শুভেচ্ছা

এটা কঠিন আৰু জতিল পথৰ
সিটো পাৰত সদায় এখন সুন্দৰ পৃথিৱী থাকে
সেই পৃথিৱীখন গৈ পাবলৈ প্রয়ােজন মাথোঁ
আত্মবিশ্বাস, ধৈৰ্য আৰু পৰিশ্রম
Good Morning


পােৱাতকৈ, চোৱাৰ অনুভৱ বেছি সুন্দৰ
কাৰণ পোৱাৰ শেষ আছে, কিন্তু
চোৱাৰ কোনাে শেষ নাই
Good Morning


Good Morning Images In Assamese Language

Good Morning Images In Assamese Language
Good Morning Images In Assamese Language

হৃদয়ৰ পবিত্রতাই আটাইতকৈ ডাঙৰ পবিত্রতা এটা সুন্দৰ দিনৰ বাবে
Good Morning


সুপ্ৰভাত quotes

মানৱ শৰীৰৰ আটাইতকৈ
ধুনীয়া অংগটোৱেই হৈছে মন,
যদি মনটোয়েই পৰিষ্কাৰ নহয়, তেনেহলে
চেহেৰা সুন্দৰ একো অর্থ নাই
Good Morning


কলা-বগা এইবােৰ ৰংহে
ধুনীয়া সকলােৱে হয় ধুনীয়াৰ কোনাে
বৰণ নাথাকে, ভাল দৃষ্টিৰে চালে
সকলােকে ধুনীয়া দেখি..
Good Morning


Good Morning Quotes In Assamese with Photo

Good Morning Quotes In Assamese with Photo
Good Morning Quotes In Assamese with Photo

আজিৰ দিনটো সুন্দৰ হােৱাৰ কামনাৰে ৰাতিপুৱাৰ শুভেচ্ছা জনালোঁ!!


শুভ ৰাতিপুৱা sms

গভীৰ অমানিশা বা কালৰাত্ৰিৰ বুকুত
যেনেদৰে প্ৰভাত লুকাই থাকে,
তেনেকৈ বুকুত সাহস কান্ধি আগুৱাই
গ’লে হাজাৰ পৰাজয়ৰ পাছতাে
জয়লাভ নিশ্চিত হৈ উঠে
Good Morning


সুখ-দুখ, হাঁহি-কান্দোন,
মৰম-ভালপােৱা এই সকলােবােৰৰ
মিলাইয়ে হ’ল জীৱন
Good Morning


Assamese Good Morning Images

Assamese Good Morning Images
Assamese Good Morning Images

দিনটোৰ পুৱতি বেলাত যাছিলো তোমাক নতুন দিনৰ শুভ কামনা।
Good Morning


ৰাতিপুৱাৰ অনুভৱ

কি মিঠা পোহৰৰ সৃষ্টি
ৰাতিৰ বাবে দিনৰ সৃষ্টি,
আৰু তোমাৰ বাবে মোৰ সৃষ্টি
শুভ ৰাতিপুৱা


প্ৰতিটো পুৱাই তোমাৰ বাবে
ইমানেই ভাল হওঁক যাতে
প্ৰতি পুৱাই ন ন শুভ বাৰ্তা
কঢ়িয়াই আনক
সু প্ৰভাত


Good Morning Quotes In Assamese for friends

Good Morning Quotes In Assamese for friends
Good Morning Quotes In Assamese for friends

যদি জীৱনত এজন সঁচা বন্ধু থাকে তেন্তে
জীৱনৰ প্ৰতিটো কঠিন মুহুৰ্ত্ত সহজ কৰি তুলিব পাৰি
Good Morning


বহুতো মানুহ ওলাব আপোনাৰ লগত গাড়ীত ফুৰিবলৈ
কিন্তু আপোনাৰ সঁচা বন্ধুজনে আপোনাৰ লগত খোজ কাঢ়ি
আপুনি য’লৈকে যাব তেওঁয়ো যাব
Good Morning


জীৱনত এনেকুৱা এজন কাযত থকাটো খুবেই প্ৰয়োজন
যাক কিছুমান কথা ক’বলৈ আপোনাৰ মৌনতাখিনিয়েই যথেষ্ট
Good Morning


Assamese Good Morning Images Download

Assamese Good Morning Images Download
Assamese Good Morning Images Download

মই কোৱা নাই যে মোৰ খবৰ সদায় ল’বা বন্ধু
কিন্তু নিজৰ খবৰ সদায় দিবা মোক


এজন সঁচা বন্ধুৱে তেতিয়াও আপোনাৰ লগত
থাকে যেতিয়া সমগ্ৰ পৃথিৱীয়ে আপোনাৰ পৰা আঁতৰি যায়।


নিশ্চিতভাৱে কিছু অপেক্ষা কৰিবলগীয়া হ’ল কিন্তু পৃথিৱীৰ আটাইতকৈ শ্ৰেষ্ঠ বন্ধজন মই পালো
আৰু যদি কোনোবা সৰগৰ কথা আহি পৰে তাতকৈয়ো সুন্দৰ তোমাৰ প্ৰেম পালো


Good Morning Love Shayari Assamese

Good Morning Love Shayari Assamese
Good Morning Love Shayari Assamese

এবাৰ মাথোঁ মোৰ মনৰ কিতাপখন মেলি চোৱা,
প্ৰথম পৃষ্ঠাৰ পৰা শেষলৈ কেৱল তুমি,
তুমি আৰু তোমাৰ নামেই পাবা।
Good Morning


Assamese Good Morning Love Quotes

জীৱনটো ৰঙীন, মই উপভোগ কৰিব নাজানো,
সকলোতে নিচা আছে, মই অনুভৱ কৰিব নাজানো,
মোৰ অবিহনেতো সকলোৱে থাকিব পাৰে,
একমাত্ৰ মইয়ে যি তোমাৰ অবিহনে থাকিব নোৱাৰো।
Good Morning


মৰমে আমনি কৰে, অকলে থাকিলে সপোনে আগচি ধৰে,
ৰাতি টোপনিতে শেৱালী ৰাতি ফুলে,
শৰৎ কালতে চুমা আকি দিও যেন লাগে,
তোমাৰ গোলপীয়া দুগালতে
Good Morning


Assamese Good Morning Love Images

Assamese Good Morning Love Images
Assamese Good Morning Love Images

প্ৰেম মানেই বিশ্বাস, যি বৈ যায় হৃদয়ৰ পৰা হৃদয়লৈ
Good Morning


Good Morning Quotes Love Assamese

সম্পৰ্ক এটাত যদি দুজনৰ মাজত
কেতিয়াও কাজিয়া নহয় তেন্তে
জানি ল’ব যে সম্পৰ্ক হৃদয়েৰে নহয়
মগজুৰে পালন কৰি আছে
Good Morning


জীৱনসংগীজন ধুনীয়া অথবা চকুত লগাকৈ সুন্দৰ নহ’লেও হয়,
সুখী হ’বলৈ তেওঁ সঁচা আৰু সৰল মনৰ অধিকাৰী হ’লেই যথেষ্ট।
Good Morning


Good Morning Image With Beautiful Quotes in Assamese

Good Morning Image With Beautiful Quotes in Assamese
Good Morning Image With Beautiful Quotes in Assamese

সুখী হোৱাৰ গোপন মূল মন্ত্ৰ
সুস্থ স্বাস্থ্য, সুস্থ মন আৰু
পুৱাৰ সূৰ্য্যৰ দৰ্শন|
সুপ্ৰভাত!


সকলাে তীর্থস্থানৰ ভিতৰত
আটাইতকৈ ভাঙৰ তীর্থস্থান হ’ল
মানুহৰ “হৃদয়”
Good Morning


পুৱাৰ কিৰণ
পুৱাৰ পৱন
পুৱাৰ শ্ৰৱণ
পুৱাৰ ভ্ৰমণ
সদায়েই অতুলনীয় ক্ষণ।
Good morning


Assamese Good Morning Images

Assamese Good Morning Images
Assamese Good Morning Images

সুন্দৰতাক অধিক সুন্দৰ ভাৱে সজাব চেষ্টা কৰা এক মহান কলা।
Good Morning


কেৱল শুভেচ্ছা বাৰ্তা নহয়
ইয়াৰ অৰ্থ হল
তোমাৰ প্ৰতি থকা care আৰু আত্মিয়তা
সুপ্ৰভাত


মনৰ আনন্দ সৃষ্টিত
হৃদয়ৰ আনন্দ মৰমত
মোৰ আনন্দ তোমাৰ সংগত
তোমাক জনাইছোঁ মৰম আৰু শুভেচ্ছা
এই সুন্দৰ প্ৰভাতত


Good Morning Quotes In Assamese for Boyfriend

Good Morning Quotes In Assamese for Boyfriend
Good Morning Quotes In Assamese for Boyfriend

তোমাৰ Message আহিলে মাথোঁ,
মোৰ মোবাইল Vibrate নহয়,
মোৰ হৃদয়খনো Vibrate হয়
Good Morning


সুখত নহয়, মই দুখতেই সুখী,
সুখবোৰ তেওঁকে দিয়া ভগৱান
যাক মই নিজতকৈও বেছি ভালপাওঁ।
Good Morning


পৃথিৱীৰ আটাইতকৈ সুন্দৰ সম্পৰ্ক সেইটোহে য’ত কাজিয়া লগাৰ পিছত এজনৰ এটা চৰী
আৰু আনজনৰ এটা মিঠা হাঁহিৰে সম্পৰ্কটো পুনৰ আগৰ দৰে হৈ পৰে।
Good Morning


অসমীয়া সুপ্ৰভাত ছবি

  Good Morning Quotes Assamese  for Boyfriend
অসমীয়া সুপ্ৰভাত ছবি

SACRIFICE আমি তেতিয়াই কৰো,
যেতিয়া সম্পৰ্কটোক আমি চিৰজীৱনৰ
বাবে ধৰি ৰাখিব বিচাৰো
Good Morning


এটা কথা তুমি স্বীকাৰ কৰা বা নকৰা
জীৱনসংগীক তুমি গুৰুত্ব দিয়া বা নিদিয়া
জীৱনত এনেকুৱা কিছুমান সময় আহে
য’ত গোটেই পৃথিৱীখনে তোমাক পাহৰি যাব
আৰু লগত মাত্ৰ সেই সংগীজন থাকিব
Good Morning


তুমি মোৰ First Love নাছিলা,
কিন্তু মই কথা দিলোঁ তুমিয়ে
মোৰ Last Love থাকিবা
Good Morning


Good Morning Quotes In Assamese for Girlfriend

Good Morning Quotes In Assamese for Girlfriend
Good Morning Quotes In Assamese for Girlfriend

হাজাৰ হাজাৰ লাইকতকৈ তোমাৰ এটি
Love React অতি মূল্যৱান।
Good Morning


Good Morning In Assamese

যদিহে জোনাক জোনাক নহলহে‌ঁতেন। তুমি তুমি
নহ’লাহেঁতেন ম‌ই কাহানিও তোমাৰ প্ৰেমত নপৰিলোহেঁতেন
Good Morning


কাৰোবাক ভালপাওঁ বুলি কবলৈ
সময় নালাগে কিন্তু সেই ভালপোৱা
জীয়াই ৰাখিবলৈ গোটেই জীৱনটো লাগে
Good Morning


শুভেচ্ছা বাণী অসমীয়া আলোচনী

Assamese Good Morning Quotes for Girlfriend
Assamese Good Morning Quotes for Girlfriend

শৰীৰ চুব পৰাটো নহয়,
হৃদয় চুব পৰাটোহে প্ৰকৃত প্ৰেম।
Good Morning


শৰীৰ চুব পৰাটো নহয়,
হৃদয় চুব পৰাটোহে প্ৰকৃত প্ৰেম।
Good Morning


সময়ে শিকাব সময়ে বুজাব
সময়ক পাৰি জানো দুহাতে ৰাখিব
ম‌ই নহলেও তগৰ ফুলিব
আহিব জোনাকী ৰাতি, আবিৰ সানিব
Good Morning


Good Morning Quotes In Assamese for wife

Good Morning Quotes In Assamese for wife
Good Morning Quotes In Assamese for wife

তুমি যেন পপীয়া তৰা আকাশৰ বোৱতী নৈ.
Good Morning


জোনবাই গৈ বেলিক মাতিলে
পক্ষীৰ মাতত জীৱকুল সাৰ পালে
পুৱাই তোমালৈ মনত পৰিলে
সুপ্ৰভাত বাৰ্তাৰে তোমাৰ inbox ভৰিলে
Good Morning


প্ৰেম যদি অভিনয় হয়, মৰম মানেনো কি
মৰম যদি চলনা হয় জীৱন মানেনো কি।
Good Morning


সুপ্ৰভাত ফটো

Morning Quotes In Assamese Words for wife
Morning Quotes In Assamese Words for wife

শাসন তেওঁহে কৰা যায় যাক বহুত বেছি অন্তৰৰ পৰা ভালপোৱা হয়।
Good Morning


প্ৰেম মাথো এটি শব্দ!
যেতিয়ালৈ বিষেশ কোনেৱাই ইয়াক
অৰ্থ প্ৰদান নকৰে।
Good Morning


সুপ্ৰভাত সুপ্ৰভাত সুপ্ৰভাত
এয়া কেৱল মেচেজ নহয়
এইয়া হৈছে মোৰ তোমাৰ প্ৰতি থকা
অপৰিসীম প্ৰেম
যাতে তুমি পুৱাৰ প্ৰথম চকুজুৰিত
মোৰ বাৰ্তা প্ৰত্যক্ষ কৰা।
Good Morning once Again


Good Morning Quotes In Assamese for Husband

Good Morning Quotes In Assamese for Husband
Good Morning Quotes In Assamese for Husband

প্ৰেম মূল্যবান যদিহে সেই প্ৰেম সত্য হয়
Good Morning


জীৱনসংগী ধুনীয়া নহয়, সঁচা হব লাগে
যাক মই চকু মুদি বিশ্বাস কৰিব পাৰো
Good Morning


যদি কোনোবাই আপোনাৰ অন্তৰত আঘাট কৰে দুখ নকৰিব,
যিজোপা গছৰ ফল মিঠা সেইজোপা গছত ফৰ্মুঠি মৰা মানুহো বেছি।”
Good Morning


Whatsapp সুপ্রভাত ছবি

Whatsapp সুপ্রভাত ছবি
Whatsapp সুপ্রভাত ছবি

সকলো মানুহৰে কিছুমান ভাল আৰু বেয়া গুণ থাকে, কিয়নো আমি মানুহ, ঈশ্বৰ নহয়।”
Good Morning


নতুন সুপ্রভাত ছবি sharechat

যদি আমি সঁচাকৈয়ে কাৰোবাক
ভাল পাবলৈ বিচাৰোঁ তেন্তে আমি
ক্ষমা কৰিবলৈয়ো শিকিব লাগিব
Good Morning


তোমাৰ পৰশে যেন দেহত পাখি গজাই দিলে
মনটো পখিলাৰ দৰে হৈ উঠিল
এতিয়া জীৱনৰ প্ৰতিটো ক্ষণত
তোমাৰ সৈতে উৰি ফুৰিবলৈ মন যায়
Good Morning


Gautam Buddha Good Morning Quotes In Assamese

Gautam Buddha Good Morning Quotes In Assamese
Gautam Buddha Good Morning Quotes In Assamese

“ভাল কামৰ বাবে কিছু বিশেষ মুহূর্ত শান্ত আৰু হাঁহি মুখে পৰিস্থিতি নিয়ন্ত্রণ কৰিবলৈ শিকা উচিত”
Good Morning


জীৱনত যদি আমি ভাল কথা ভাবো তেনেহলে আমাৰ
জীৱনত ভালেই হয়। সেইদৰে বেয়া কথা চিন্তা কৰিলে বেয়াই হয়।
Good Morning


“জীৱনৰ সকলো বস্তুৰ বাবে এক নির্দিষ্ট সময় আছে,
সেয়ে ধৈর্য ধৰা আৰু জীৱনৰ প্রতি কৃতজ্ঞ হোৱা”
Good Morning


সুপ্রভাত ছবি HD

সুপ্রভাত ছবি HD
সুপ্রভাত ছবি HD

“নিজৰ মনক যিকোনো পৰিস্থিতিতে শান্ত ৰাখিবলৈ শিকক”
Good Morning


“জীৱনত যিজনে তোমাক বিশ্বাস কৰে তেওঁক কেতিয়াও মিছা নকবা,
আৰু যিজনে মিছা কয় তেওঁক বিশ্বাস নকৰিবা”
Good Morning


তুমি যদি আনৰ জীৱনতআশাৰ বন্তি জ্বলোৱা তেনেহলে, সেই পোহৰে তোমাৰ অহা যোৱা কৰা পথকেই আলোকিত কৰিব।
Good Morning


Leave a Comment