Heart Touching Quotes In Assamese

Assamese Heart Touching Quotes – Quotes in Assamese is a trendy and unique way of expressing your mode with your dear And Impress your friends and family members with our great collection of Quotes in Assamese

Assamese Heart Touching Quotes

Assamese Heart Touching Quotes

জীৱনটো‌ সদায় অ.টি.পি.ৰ দৰে গঢ়িবলৈ চেষ্টা কৰক
যাতে কোনেও আপোনাক দুবাৰ ব্যৱহাৰ কৰিব নোৱাৰে


হাতৰ তলুৱাত তোমাৰ নাম মচ নোখোৱাকৈ লিখিলো
চাল্লা, এই পাগলে পাহৰি গলো ভাগ্য হেনো বিধাতাইহে লিখে
পামনে মই নে মই পাম তোমাক?


সময় আৰু শিক্ষক দুয়োটাই শিকায়
কিন্তু পার্থক্য মাথো এনে যে
শিক্ষকে শিকোৱাৰ পিছত পৰীক্ষা লয়
আৰু সময়ে পৰীক্ষা লোৱাৰ পিছত শিকায়


Heart Touching Quotes Assamese

মোৰ হৈও কিবা বেলেগৰ যেন লগা হৈছা
তুমি কিবা ভাৰতৰ কাশ্মীৰখন যেন হৈ পৰিছা


বিশ্বাস হ’ল এনেকুৱা এটা শব্দ, যিটো পঢ়িবলৈ এক ছেকেণ্ড, ভাবিৱলৈ এক মিনিট, বুজিবলৈ এদিন আৰু প্ৰমাণ কৰিবলৈ গোটেই জীৱন লাগি যায়


তর্কতকৈ নীৰৱতা ভাল। প্রতিশোধ লোৱাতকৈ বাট সলাই চলা ভাল। আৰু স্বর্থপৰ মানুহৰ লগত দূৰত্ব বজাই ৰাখি অকলে চলা অনেক গুনে ভাল


Read – Super Top Motivational Quotes In Assamese

Read – Beautiful Good Morning Quotes in Bengali

Assamese Sad Shayari

Assamese Sad Shayari

জীৱনত আগুৱাই যাব বিচাৰিছা যদি
বাস্তৱৰ সন্মুখীন হ’বলৈ শিকা


Assamese Heart Touching Quotes

পৃথিৱীৰ সকলোতকৈ ভয়ানক
বেমাৰটো হৈছে চিন্তা যিটোৱে লাহে লাহে
মানুহক মৃত্যু মুখলৈ লৈ যায়


মানুহে আপোনাক তেতিয়াহে গুৰুত্ব দিবলৈ আৰম্ভ কৰিব
যেতিয়া আপুনি আনক উপেক্ষা কৰিবলৈ শিকি পেলাব


Sad Shayari Assamese

Sad Shayari Assamese
Sad Shayari Assamese

এটি সুখে মানুহক গোটেই জীৱন নহহোঁৱাই
কিন্তু এটি দুখে মানুহক গোটেই জীৱন কন্দোৱাই


অতীতলৈ উভতি গৈ আপুনি
জীৱনৰ আৰম্ভণিক সুন্দৰ কৰিবগৈ নোৱাৰে
কিন্তু আজিৰে পৰা আৰম্ভ কৰি
জীৱনৰ অনাগত দিনবোৰ
সুন্দৰ কৰি তুলিব পাৰে


জীৱনটোৰ পৰা এটা কথাই শিকিলোঁ
নিজক লৈ সুখী হ’ব লাগে আৰু কাৰো পৰা
একো আশা কৰিব নালাগে


Read – Motivational Quotes in Hindi (मोटिवेशनल कोट्स इन हिंदी)

Read – Beautiful Good Morning Quotes In Marathi (सुप्रभात शुभ सकाळ मराठी)

Assamese Sad Status

Assamese Sad Status
Assamese Sad Status

চেহেৰাৰ ৰং দেখি কাৰো সৈতে বন্ধুত্ব নগঢ়িব
দেহৰ ৰং কলা হ’লেও একো নাই
কিন্তু হৃদয়ৰ ৰং কলা হ’ব নালাগে


জীৱনৰ আটাইকৈ ডাঙৰ শিক্ষক হৈছে সময়
যিয়ে ক্ষণে ক্ষণে শিক্ষা দি যায়


দুখত সহানুভূতি যচা সংগী বহুতো পাব
কিন্তু অভাৱত আপোনাৰ লগত থাকি
প্ৰেৰণা দিয়াজনহে আপোনাৰ প্ৰকৃত বন্ধু


Assamese Dukhor Status

Assamese Dukhor Status
Assamese Dukhor Status

বহতো চিনাকি মানুহেই মনত পেলাই মোক
কিন্তু কেৱল নিজৰ নিজৰ প্ৰয়োজনতহে


বন্ধুৰ সৈতে সদায় কথা পাতক বা নাপাতক
যদি দুয়োজনৰ হৃদয়ত দুয়োজনৰ প্ৰতি
মৰম আৰু সন্মান থাকে
তেন্তে সম্পৰ্কটো যুগমীয়া হৈয়ে থাকিব


বন্ধু এনে এজন চোৰৰ দৰে
যি আমাৰ দুচকুৰ পৰা অশ্ৰু
চেহেৰাৰ পৰা ভাগৰ হৃদয়ৰ পৰা উদাসীনতা
জীৱনৰ পৰা বিষাদ আৰৰ ইচ্ছা কৰিলে ভাগ্যৰ পৰা
মৃত্যুকো চুৰি কৰি লৈ যাব পাৰে


Assamese Sad Quotes for Breakup Couple

Assamese Sad Quotes for Breakup Couple
Assamese Sad Quotes for Breakup Couple

চিকিৎসা কেৱল বেমাৰৰ হে কৰিব পাৰি সন্দেহৰ নহয়


সময়ে শিকাব সময়ে বুজাব
সময়ক পাৰি জানো দুহাতে ৰাখিব
ম‌ই নহলেও তগৰ ফুলিব
আহিব জোনাকী ৰাতি, আবিৰ সানিব


কাৰোবাক সন্দেহ কৰি শেষ হোৱাতকৈ
বিশ্বাস কৰি শেষ হোৱাতো বহুগুণে উত্তম


Sad Status Assamese

Sad Status Assamese
Sad Status Assamese

আপুনি চকু মুদি বিশ্বাস কৰা মানুহবোৰেই এদিন চকুত ধূলি দি আঁতৰি যাব


আমাৰ প্ৰত্যেকৰে মোবাইলত এনেকুৱা কিছুমান নম্বৰ আছে
যিবোৰ কেতিয়াও ডায়েলো কৰা নহয় আৰু ডিলিটো


নাজানো কিয়
তুমি মোৰ নোহোৱা বুলি জানিও তোমাক হেৰুৱাবলৈ ভয় কৰো


Alone Assamese Quotes

Alone Assamese Quotes
Alone Assamese Quotes

খং আৰু অহংকাৰ বেছিকৈ থকা মানুহৰ জীৱনত আন কোনো শত্ৰুৰ প্ৰয়োজন নাই


বেয়া সময় জীৱনত সদায় নাথাকে
কিন্তু বেয়া সময়ত মানুহে কৰা বেয়া ব্যৱহাৰবোৰ
সদায় মনত থাকে


কিছুমান মানুহ খুউব সোনকালে সলনি হৈ যায়
তেওঁলোকৰ বাবে আপুনি আজি গুৰুত্বপূৰ্ণ কালিলৈ মূল্যহীন


অকলে অসমীয়া উক্তি

অকলে অসমীয়া উক্তি
অকলে অসমীয়া উক্তি

সকলো মানুহৰে কিছুমান ভাল আৰু বেয়া গুণ থাকে কিয়নো আমি মানুহ, ঈশ্বৰ নহয়


মনত ৰাখিবা যেl
যেতিয়া তোমাৰ বেয়া সময় আহিব
তেতিয়া মানুহে তোমাক সহায় নকৰে
মাত্র তোমাৰ পৰা আঁতৰি থাকিব


জীৱনত আগুৱাই যাবলৈ হ’লে
আনৰ কথাবোৰত গুৰুত্ব নিদিয়াই ভাল
কাৰণ আজিকালি মানুহৰ
কথাবোৰে উৎসাহ দিয়াৰ সলনি মনবোৰ
দুর্বলহে কৰি তুলে


Emotional Assamese Quotes

Emotional Assamese Quotes
Emotional Assamese Quotes

যেতিয়া চাৰা দুনিয়াই চুপ হৈ যায়
তেতিয়া এটা শব্দই হৈ পৰে বহুত শক্তিশালী


কোনো মানুহক জোখতকৈ বেছি
গুৰুত্ব নিদিবা
যিমানেই গুৰুত্ব দিবা সিমানেই
Attitude দেখাব


আৱেগিক অসমীয়া উক্তি

সম্পর্কবোৰত ভুল বুজাবুজি
হোৱাটো স্বাভাৱিক
কিন্তু আমি সদায় ভুল বুজাবুজি বোৰ
শেষ কৰাটো উচিত
সম্পর্ক বোৰ নহয়


Assamese Emotional Quotes

Assamese Emotional Quotes
Assamese Emotional Quotes

কিছুমান ভুল ক্ষমা কৰি দিয়াটোৱেই
বহুত ডাঙৰ ভুল


তুমিও মোৰ দৰে হ’ব নোৱাৰা
মইও তোমাৰ দৰে হ’ব নোৱাৰো
সেয়ে আনৰ লগত তুলনা কৰি
নিজক দুখ দিব বাদ দিয়া
সকলোৱে নিজৰ স্থানত শ্রেষ্ঠ


বিপদত অকলে যুঁজিবলৈ শিকা
মানুহে কেৱল সহানুভূতি আৰু সমবেদনা হে দিব
কেতিয়াও কাষত নাথাকে


Assamese Sad Quotes

Assamese Sad Quotes
Assamese Sad Quotes

এজন মহান ব্যক্তিক চিনিব পৰা যায় সাধাৰণ মানুহৰ সৈতে কৰা তেওঁৰ ব্যৱহাৰ চাই


ব্ৰেণ্ডেড কাপোৰ পিন্ধি সস্তীয়া চিন্তা কৰা মানুহতকৈ সস্তীয়া কাপোৰ পিন্ধি ব্ৰেণ্ডেড চিন্তা কৰা মানুহৰ মূল্য বহুত গুনেই বেছি


আৰ্থিক অৱস্থা যিমানেই সুস্থ নহওঁক কিয় জীৱনৰ সঠিক আনন্দ লবলৈ হলে
মানসিক অৱস্থা ভাল হব লাগিব


Niribili Sad Quotes

Niribili Sad Quotes
Niribili Sad Quotes

মনৰ আইনখন চাফা কৰি ৰাখিবা নহলে কেতিয়া বা নিজৰ চেহেৰাটোৱে বিচাৰি নাপাবা


ক’বলৈ গ’লে চিন্তা আৰু আশাবোৰ
লৈয়েইটো আমি জীয়াই আছো
এইবোৰ বাদ দিলে চোন জীৱনটো
জীৱন হৈয়ে নাথাকিব


আমি মানুহবোৰে ভাবো উৰিব পৰাকৈ দুখন পাখি থকাহেঁতেন
আৰু পখীয়ে ভাবে থাকিবলৈ এটা ঘৰ পোৱা হেঁতেন


Assamese Sad Caption

Assamese Sad Caption
Assamese Sad Caption

অহংকাৰ ৰূপৰ ওপৰত নহয় গুণৰ ওপৰত কৰা হে উচিত


প্ৰত্যেকটো বস্তুৰে মূল্য সময় আহিলেহে অনুভৱ কৰা যায়
যিদৰে সদায় ফ্ৰীতে পোৱা অক্সিজেনৰ বাবেও হস্পিটেলত কিন্তু প‌ইচা দি কিনিব লগা হয়


কেতিয়াও আনৰ মনত দুখ নিদিবা
কাৰণ দেহৰ আঘাত পাহৰি যাব পাৰে
কিন্তু মনত লগা আঘাতবোৰ
জীৱনলৈ মনত ৰাখে


Sad Caption Assamese

Sad Caption Assamese
Sad Caption Assamese

মৃত্যুলৈ ভয় নকৰোঁ কিন্তু সপোনবিলাক হেৰাই যায় বুলিয়েহে ভয় লাগে


কাৰো লগত মোৰ মতলব নাই
জীৱনটো নিজৰ
নিজৰ মতেই চলিম


জীৱনত কেতিয়াওঁ মূর্খৰ লগত তর্ক নকৰিব
কাৰণ আপুনি মূর্খৰ লগত তর্ক কৰি
জিকিবতো নোৱাৰিবই একো শিকিবও নোৱাৰিব
ওলোটাই সন্মানহে যাব


Assamese Heart Touching Shayari

Assamese Heart Touching Shayari
Assamese Heart Touching Shayari

ভালপোৱা আজীৱন জীয়াই থাকে, কেতিয়াবা কবিতা হৈ, কেতিয়াবা স্মৃতি হৈ


bye বুলি কোৱাৰ পাছতো
আপোনজনৰ পৰা কিবা এটা Reply
পোৱাৰ আশাৰে ৰৈ থকাৰ
নামেই হ’ল ভালপোৱা


এবাৰ মাথোঁ মোৰ
মনৰ কিতাপখন মেলি চোৱা
প্ৰথম পৃষ্ঠাৰ পৰা শেষলৈ কেৱল তুমি
তুমি আৰু তোমাৰ নামেই পাবা


Heart Touching Quotes Assamese

Heart Touching Quotes Assamese
Heart Touching Quotes Assamese

মোৰ শুষ্ক হৃদয় খনিত
এতিয়া মাথো তোমাৰ প্ৰেমৰ বৰষুণ


জীৱনৰ বাবে প্ৰাণ জৰুৰী
লাভৰ বাবে আশা জৰুৰী
মোৰ জীৱনত যিমানেই দুখ নাথাকক
তোমাৰ মুখত “হাঁহি” থকাতো জৰুৰী


প্ৰশ্ন যিটোৱেই হওঁক উত্তৰ তুমি
ৰাস্তা যিটোৱেই হওঁক লক্ষ্য তুমি
কষ্ট যিমানেই হওঁক সুখ তুমি
তোমাক যিমানেই খং নকৰোঁ কিয়
তথাপি মোৰ প্ৰিয় ভালপোৱা তুমি


Assamese Heart Touching Images

Assamese Heart Touching Images
Assamese Heart Touching Images

ভাল মানুহ হবলৈ যত্ন কৰক কিন্তু প্ৰমাণ কৰিবলৈ চেষ্টা নকৰিব


চিতাই মানুহক মুক্তি দিয়ে কিন্তু
চিন্তাই মানুহক জীয়াই জীয়াই খুলি খায়


যেতিয়ালৈকে আমি
অলপ অলপ বুজিব ধৰো যে জীৱনটো কি?
তেতিয়ালৈকে আমাৰ জীৱনৰ
আধা পাৰ হৈ যায়


Heart Touching Assamese Images

Heart Touching Assamese Images
Heart Touching Assamese Images

কেতিয়াবা মন বেয়া লাগিলে ম‌ই
এতিয়াও তোমাৰ পুৰণি মেছেজবোৰ পঢ়ো


কবলৈহে ভাল
টকা পইচাই সকলো নহয় বুলি
কিন্তু জীৱনত টকা নাথাকিলে গ’ম পোৱা যায়
জীৱনতটো কিমান কঠিন


বেয়া সময় জীৱনত সদায় নাথাকে
কিন্তু বেয়া সময়ত মানুহে কৰা বেয়া ব্যৱহাৰবোৰ
সদায় মনত থাকে


Leave a Comment